THE STUDY TIMES

Mock Test Assam Geography Set-1

Assam, located in the northeastern part of India, is known for its diverse geography and rich natural beauty. The state is bordered by Bhutan and Bangladesh, and is flanked by the Indian states of Arunachal Pradesh, Nagaland, Manipur, Mizoram, and Meghalaya. Assam is characterized by its lush green landscapes, rolling hills, and fertile plains, primarily formed by the Brahmaputra River and its numerous tributaries. The Brahmaputra River, one of the largest rivers in the world, plays a crucial role in the state’s geography, influencing its climate, agriculture, and transportation. The state also features a variety of ecosystems, including wetlands, forests, and grasslands, which are home to unique wildlife like the one-horned rhinoceros found in Kaziranga National Park.

Assam experiences a tropical monsoon climate with heavy rainfall, particularly in the summer months. Its geography supports rich biodiversity, making it an important area for both agriculture and conservation. The state’s varied topography ranges from the foothills of the Himalayas in the north to the plains of the Brahmaputra Valley, with many tea gardens, forests, and mineral resources contributing to its ecological and economic importance.

 

Results

#1. ডিমা হাছাও জিলাৰ পূৰ্বৰ নাম কি আছিল?

#2. অসমৰ স্কটলেণ্ড বুলিলে তলৰ কোনখন ঠাইক বুজায়?

#3. বঙাইগাঁও জিলা পূৰ্বতে কোন কোন জিলাৰ অংশ আছিল?

#4. অসমৰ ক’ত গৰম পানীৰ উঁহ ক’ত আছে?

#5. তেজপুৰৰ ঔগুৰিত কাৰ মূৰ্তি আছে?

#6. অসমৰ ক’ত আৰৱী মহাবিদ্যালয় আছে?

#7. অসমৰ কোন জিলাত সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ কৰা হৈছিল?

#8. অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান কোনটো?

#9. মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন কি?

#10. জাতিংগা কত অৱস্থিত?

#11. অসমৰ শুৱালকুছি কিয় বিখ্যাত?

#12. অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?

#13. অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি?

#14. ভাৰতৰ একমাত্ৰ নদীদ্বীপ জিলাখন কি?

#15. পূৰ্বতে ওদালগুৰি জিলা অসমৰ কোনখন জিলাৰ অংশ আছিল?

#16. কিমান চনত কামৰূপ জিলা বিভক্ত হৈ কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ সৃষ্টি কৰা হৈছিল?

#17. অসমৰ কোন ঠাই তন্ত্ৰ মন্ত্ৰৰ বাবে বিখ্যাত?

#18. অসমৰ কোন ঠাই কাঁহ পিতলৰ বাবে বিখ্যাত?

#19. মানুহে খন্দা অসমৰ একমাত্ৰ নৈ খনৰ নাম কি?

#20. উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ শুকান মাছৰ বাবে বিখ্যাত ঠাইখন হ’ল –

#21. BTAD ৰ সম্পূৰ্ণ ৰূপটো কি?

#22. তলৰ কোনটো খেতি অসমত অধিক পৰিমাণে কৰা হয়?

#23. অসমত নতুনকৈ নামকৰণ কৰা জিলাখন কি?

#24. শ্ৰীভূমি জিলাৰ পুৰণি নাম কি আছিল?

#25. অসমৰ শিলচৰস্থিত বিমানবন্দৰৰ নাম কি?

#26. দক্ষিণ শালমাৰা জিলা পূৰ্বতে কোন জিলাৰ অংশ আছিল?

#27. অসমৰ স্কটলেণ্ড বুলিলে কোন খন ঠাইক বুজায়?

#28. অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলিলে কোন খন ঠাইক বুজায়?

#29. পাভ সংৰক্ষিত বনাঞ্চল অসমৰ কোন জিলাত অৱস্থিত?

#30. যোৰহাটৰ বিমান বন্দৰৰ নাম কি?

Previous
Finish