Assam’s History is rich and diverse, shaped by various cultures, kingdoms, and influences. In ancient times, it was part of the Kamarupa Kingdom, known for its advanced civilization and trade links. Over the centuries, Assam witnessed the rise of powerful dynasties like the Ahoms, who ruled the region for nearly 600 years and successfully defended it against foreign invasions. The British took control of Assam in the 19th century, making it part of British India. Post-independence, Assam became a state of India, with its unique identity influenced by ethnic diversity and socio-political movements, including the demand for autonomy and the creation of new states in the region.
Assam History Mock Test Set-2
#1. মোৱামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
#2. কোনে অসম সাহিত্য সভাৰ প্ৰতীক বা চিহ্ন অংকণ কৰিছিল?
#3. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
#4. অসম চুক্তি (Assam Accord) কেতিয়া স্বাক্ষৰিত হৈছিল?
#5. অসম চুক্তিৰ ফলস্বৰূপে তলৰ কোনটো তেল শোধনাগাৰ স্থাপিত হৈছিল?
#6. ভগদত্ত কাৰ পুত্ৰ আছিল?
#7. মহাভাৰতৰ যুদ্ধত অসমৰ কোন জন ৰজাই কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল?
#8. মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ হাতত প্ৰাণ হেৰুৱাইছিল?
#9. বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল?
#10. বৰ্মন বংশৰ শেষ ৰজা জনৰ নাম কি আছিল?
#11. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
#12. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
#13. অসমত পোন প্ৰথম বাৰৰ বাবে ইতিহাস লিখা পদ্ধতি কোনে প্ৰচলন কৰিছিল?
#14. শিঙৰী ঘৰত উঠা প্ৰথা কোন জন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল?
#15. হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?
#16. কোনে ভাস্কৰ বৰ্মনক “কুমাৰ” বুলি অভিহিত কৰিছিল?
#17. কাৰ মৃত্যুৰ পাছত কমতা ৰাজ্য দ্বিখণ্ডিত হৈছিল?
#18. ভাস্কৰ বৰ্মণক কোনে “কুমাৰ ৰজা” বুলি অভিহিত কৰিছিল?
#19. আহোম ৰাজ সিংহসনত আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল?
#20. ফুলেশ্বৰী কুৱঁৰীৰ পূৰ্বৰ নাম কি আছিল?
#21. আহোম যুগত নিৰ্মাণ কৰা ৰংঘৰটো পৰৱৰ্তী সময়ত কোনে দুমহলীয়াকৈ সজাইছিল?
#22. আহোম যুগৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
#23. গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল?
#24. ৰংপুৰৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল?
#25. অসমৰ নেপোলিয়ন বুলিলে তলৰ কোন জন ৰজাক বুজায়?
#26. কোনে পচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল?
#27. গুৱাহাটীত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
#28. আহোম সকলৰ প্ৰথমজন বৰবৰুৱা কোন আছিল?
#29. মূলাগাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল?
#30. কোন জন আহোম ৰজাই প্ৰথমে মাটিৰ পিয়ল প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল?