Assam’s History is rich and diverse, shaped by various cultures, kingdoms, and influences. In ancient times, it was part of the Kamarupa Kingdom, known for its advanced civilization and trade links. Over the centuries, Assam witnessed the rise of powerful dynasties like the Ahoms, who ruled the region for nearly 600 years and successfully defended it against foreign invasions. The British took control of Assam in the 19th century, making it part of British India. Post-independence, Assam became a state of India, with its unique identity influenced by ethnic diversity and socio-political movements, including the demand for autonomy and the creation of new states in the region.
Mock Test Assam History Set-5
#1. কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ পক্ষত যুদ্ধ কৰা অসমৰ বীৰ গৰাকীৰ নাম কি আছিল?
#2. ভীষ্মক ৰজাৰ ৰাজধানী ক’ত আছিল?
#3. পুষ্য বৰ্মন তলত উল্লেখ কৰা কোনজন ৰজাৰ সমসাময়িক আছিল?
#4. তলত উল্লেখ কৰা কোনজন ৰজাই “মহাৰাজধিৰাজ” উপাধি গ্ৰহণ কৰিছিল?
#5. বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
#6. কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল?
#7. কমতা ৰাজ্যৰ ৰাজধানী ক’ত আছিল?
#8. কোনজন ৰজাৰ অনুৰোধত শঙ্কৰদেৱে “ৰাম বিজয়” নাটক লিখিছিল?
#9. আহোম সমাজত দেওধাই আৰু বাইলুংসকলক কি বুলি কোৱা হৈছিল?
#10. শঙ্কৰদেৱৰ জন্ম কিমান চনত হৈছিল?
#11. নামদাঙৰ শিলৰ সাঁকো কোন আহোম ৰজাই সজাইছিল?
#12. আহোম ৰজাসকলে কি উপাধি গ্ৰহণ কৰিছিল?
#13. আজানপীৰৰ দৰগাহ ক’ত অৱস্থিত?
#14. কি ভাষাত পোন প্ৰথমে অসম বুৰঞ্জী সংকলন কৰা হৈছিল?
#15. “অনন্ত লহৰী” কোনে ৰচনা কৰিছিল?
#16. মূলাগাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল?
#17. কোচসকলৰ মুদ্ৰাক কি বুলি জনা গৈছিল?
#18. শঙ্কৰদেৱক ডাঙৰ-দীঘল কৰা আইতাকৰ নাম কি আছিল?
#19. মাইবঙ কোন ৰজাৰ ৰাজধানী আছিল?
#20. আহোমসকলে কোন গিৰি পথেৰে অসমত প্ৰৱেশ কৰিছিল?
#21. কিমান চনত মোগলে অসম আক্ৰমণ কৰি আহোম ৰাজধানী গড়গাঁও দখলৰ কৰে?
#22. ঘিলাঝাৰীঘাটৰ সন্ধি” কেতিয়া হৈছিল?
#23. ঘিলাঝাৰীঘাটৰ সন্ধি কাৰ কাৰ মাজত হৈছিল?
#24. লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল?
#25. “বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয়।” কথাষাৰ কোনে কৈছিল?
#26. মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত যুদ্ধ কৰা কামৰূপৰ ৰজা জনৰ নাম কি আছিল?
#27. বাণৰজাৰ ৰাজধানী কি আছিল?
#28. কামৰূপৰ প্ৰাচীন ৰজা কোন আছিল?
#29. দানৱ বংশৰ ৰজাজন হ’ল-
#30. চিত্ৰাচল মন্দিৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল?