Mock Test on Awards & Honors (Assam) Set-1

Test your knowledge of cinema with our Free Mock Test on Movies and Awards, featuring a special focus on Assam’s film industry, regional achievements, and iconic personalities. A perfect quiz for movie buffs and competitive exam aspirants alike. Enhance your general knowledge with our Free Mock Test on Awards and Honors, with special emphasis on Assam’s cinematic achievements, regional film personalities, and national recognitions. This mock test is especially useful for candidates preparing for exams like APSC, ATET, CTET, ADRE, and other government job exams, where questions related to current affairs, arts, and culture of Assam frequently appear. Strengthen your preparation and stay ahead in the competition.

 

Results

#1. ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল?

#2. সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন?

#3. চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

#4. অসমীয়া চলচ্চিত্ৰ “পিয়লি ফুকন” পৰিচালক কোন আছিল?

#5. 2003 চনত নিৰ্মিত আৰু শ্ৰেষ্ঠ শিশু ছবিৰ বটাপ্ৰাপ্ত “তৰা” নামৰ চলচ্চিত্ৰৰ পৰিচালক কোন আছিল?

#6. অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম সাহিত্যিক গৰাকীৰ নাম কি?

#7. ভাৰতৰত্ন লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল?

#8. ভূপেন হাজৰিকাই কেতিয়া ভাৰতৰত্ন লাভ কৰিছিল?

#9. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি?

#10. পদ্মভূষণ সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি গৰাকীৰ নাম কি?

#11. বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

#12. টেগৰ লিটাৰেচি এৱাৰ্ড (Tagore Literacy Award) লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন?

#13. হিমা দাসে কেতিয়া অৰ্জুন বটা লাভ কৰিছিল?

#14. 202 চনত অৰ্জুন বটা লাভ কৰা অসমীয়া খেলুৱৈ গৰাকী কোন আছিল?

#15. কমল কুমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰমগৰাকী ব্যক্তি কোন আছিল?

#16. নৱকান্ত বৰুৱাদেৱৰ কোনখন ৰচনাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

#17. নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপ্ত প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

#18. প্ৰবীণ শইকীয়া বঁটা লাভ কৰা প্ৰথম মহিলা গৰাকীৰ নাম কি?

#19. প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম ব্যক্তি গৰাকী কোন আছিল?

#20. 2014 চনত বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা লাভ কৰা অসমৰ অভিনেতা গৰাকীৰ নাম কি?

#21. 1990 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা সাহিত্যিক গৰাকী কোন আছিল?

#22. অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি গৰাকীৰ নাম হ’ল –

#23. তলৰ কোনটো বঁটা কেৱল সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হয়?

#24. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কেতিয়া ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

#25. বিষ্ণু ৰাভা বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তিগৰাকী হ’ল –

#26. আনন্দৰাম বৰুৱা বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি গৰাকী কোন আছিল?

#27. অসমৰ ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰিবলৈ কেতিয়াৰ পৰা অসম চৰকাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে?

#28. মামণি ৰয়ছম গোস্বামীয়ে কেতিয়া অসম ৰত্ন বঁটা লাভ কৰিছিল?

#29. মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জীৱনজোৰা সাহিত্যৰ বাবে লাভ কৰা বঁটা কি আছিল?

#30. সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল?

Previous
Finish