Mock Test on MOVIES & AWARDS (Assam)

Test your knowledge of cinema with our Free Mock Test on Movies and Awards, featuring a special focus on Assam’s film industry, regional achievements, and iconic personalities. A perfect quiz for movie buffs and competitive exam aspirants alike. Enhance your general knowledge with our Free Mock Test on Movies and Awards, with special emphasis on Assam’s cinematic achievements, regional film personalities, and national recognitions. This mock test is especially useful for candidates preparing for exams like APSC, ATET, CTET, ADRE, and other government job exams, where questions related to current affairs, arts, and culture of Assam frequently appear. Strengthen your preparation and stay ahead in the competition.

 

Results

#1. বাংলা ছবিত অভিনীত প্ৰথম অসমীয়া শিল্পী কোন আছিল?

#2. প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা কোন আছিল?

#3. প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ হাস্যৰসৰ (Comedy) ছবি কি আছিল?

#4. হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ (Dubbing) কৰা প্ৰথম ছবি কি আছিল?

#5. ভাৰতৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি?

#6. প্ৰথম অসমীয়া চলচিত্ৰ পৰিচালক কোন আছিল?

#7. “পূবেৰুণ” নামৰ চলচিত্ৰখন ভাৰতৰ বাহিৰত ক’ত প্ৰদৰ্শিত হৈছিল?

#8. ভূপেন হাজৰিকা, ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই একেলগে অভিনয় কৰা ছবিখনৰ নাম কি?

#9. স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচিত্ৰ কি?

#10. দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া ছবি কি আছিল?

#11. প্ৰথম অসমীয়া ভাষাৰ ধৰ্মমূলক ছবিখনৰ নাম কি?

#12. তিনিটা চৰিত্ৰৰ (এক্টৰ বা একট্ৰেছ) দ্বাৰা সমাপন কৰা প্ৰথম অসমীয়া ছবি কি?

#13. প্ৰথম অসমীয়া চুটি কাৰ্টুন ছবিখনৰ নাম কি?

#14. বড়ো ভাষাৰ পিছত সৰ্বাধিক ছবি নিৰ্মাণ কৰা অসমৰ জনগোষ্ঠীয় ভাষা কোনটো?

#15. প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া মুক্তিপ্ৰাপ্ত ছবিখনৰ নাম কি?

#16. কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি?

#17. “জোনাকৰে ৰাতি অসমীৰে মাটি” শীৰ্ষক গীতত কোনগৰাকী অনা অসমীয়া শিল্পীয়ে কণ্ঠদান কৰিছিল?

#18. “পূবেৰুণ” নামৰ চলচিত্ৰৰ পৰিচালক কোন আছিল?

#19. প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি?

#20. প্ৰথম অসমীয়া শিশু ছবিখনৰ নাম কি?

#21. শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কি?

#22. তলৰ কোনখন ছবিয়ে উৎকৰ্ষতাৰ মানপত্ৰ (Certificate of Merit) লাভ কৰিছিল?

#23. ভবেন্দ্ৰনাথ শইকীয়াৰ “আৱৰ্তন” নামৰ ছবিখনে কেতিয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজত কমল” বঁটা লাভ কৰে?

#24. সঞ্জীৱ হাজৰিকাৰ পৰিচালিত “মীমাংসা” ছবিখন কেতিয়া ইণ্ডিয়া পেনৰামাত প্ৰদৰ্শিত হৈছিল?

#25. জাহ্নু বৰুৱাৰ কোনখন ছবি ভাৰতৰ ৩০তম আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়?

#26. কোনখন ছবিৰ বাবে মঞ্জু বৰাই গোল্লাপুড়ী শ্ৰীনিবাস বঁটা লাভ কৰে?

#27. জাহ্নু বৰুৱাৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা?

#28. কোনখন হিন্দী ছবি পৰিচালনা কৰাৰ বাবে জাহ্নু বৰুৱাই 2006 চনত আন্তঃৰাষ্ট্ৰীয় ফিপৰেষ্কি বঁটা আৰু কোডাক ভিছন বঁটা লাভ কৰে?

#29. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী ছবিখনৰ লেখক কোন আছিল?

#30. বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰা চলচিত্ৰখন কি আছিল?

Previous
Finish