, ,

ভাৰতীয় ইতিহাস (ADRE) দৰকাৰী প্ৰশ্নসমূহ- Indian History Questions

ভাৰতীয় ইতিহাস (ADRE) দৰকাৰী প্ৰশ্নসমূহ- Indian History Questions

Indian History

 

Assam History

 

1। মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ। RD Benerjee (1922)।

2। হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ। দয়াৰাম চাহানী (1921)।

3। সবাতোকৈ পুৰণি বেদ কি?

উত্তৰ। ঋক বেদ।

4। আলেকজেণ্ডাৰয়ে কেতিয়া ভাৰত আৱিষ্কাৰ কৰিছিল?

উত্তৰ। 326 BC।

5। জ্ঞানী মূৰ্খ ৰজা কোন আছিল?

উত্তৰ। মহম্মদ বিন টোগক।

6। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ। 1526 (বাবৰ আৰু ইব্ৰাহিম লোদি)।

7। কাৰ ৰাজত্ব কালত কেপ্টেইন Hawkins আৰু sir Thomas Roe ভাৰতলৈ আহিছিল?

উত্তৰ। জাহাঙ্গীৰৰ ৰাজত্ব কালত।

8। বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ। 1764 ।

9। আইন ই আকবৰই গ্ৰন্থৰ ৰচক কোন?

উত্তৰ। আবুল ফজল।

10। মুছলিম লীগ কেতিয়া গঠন হয়?

উত্তৰ। 1906 চনত।

11। বঙ্গ ভংগ কেতিয়া হৈছিল?

উত্তৰ। 1905 (লৰ্ড কাৰ্জন)।

12। জলিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল নায়ক কোন?

উত্তৰ। জেনেৰেল ডায়াৰ।

13। “কৰিম নহলে মৰিম।” কোন খন আন্দোলনৰ শ্লোগান আছিল?

উত্তৰ। ভাৰত ত্যাগ আন্দোলনৰ।

14। ভাৰত ত্যাগ আন্দোলনৰ কেতিয়া হৈছিল?

উত্তৰ। 1942 চনত।

15। ভাৰত ত্যাগ আন্দোলনৰ মূল নায়ক কোন আছিল?

উত্তৰ। মহাত্মা গান্ধী।

16। পানিপথ দ্বিতীয় যুদ্ধত বাবৰে কক পৰাজিত কৰিছিল?

উত্তৰ। হিমু।

17। কলিংগ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ। 261 BC।

18। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

উত্তৰ। মঙ্গল পাণ্ডে।

19। কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দুভাগত বিভক্ত হৈছিল?

উত্তৰ। 1907 চনত চুৰাট অধিৱেশনত।

20। 1907 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দুভাগত বিভক্ত হৈছিল – চৰম পন্থী আৰু নৰম পন্থী। চৰম পন্থী ৰ নেতা আছিল লাল, বাল আৰু পাল। নৰম পন্থী ৰ লীডাৰ কোন আছিল?

উত্তৰ: গোপাল কৃষ্ণ গোখলে।

21। পাকিস্তান নাম কোনে দিছিল?

উত্তৰ। চৌধুৰী ৰেহমাত আলি (1933)।

22। পলাছী যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ। 1757 চনত।

23। হম ৰুল লীগ কোনে স্থাপন কৰিছিল?

উত্তৰ। বাল গংগাধৰ তিলক।

24। ৰাওলাত আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ। 1919 চনত।

25। কোনজন মোগল সম্ৰাটৰ ৰাজত্ব কালৰ সোণালী যোগ বা Golden Age বুলি কোৱা হয়?

উত্তৰ। ছাহজাহানৰ ৰাজত্ব কালক।

26। তুদৰ মল বন্দোবস্ত বা জাপ্তি পদ্ধতি কাৰ ৰাজত্ব কালত মাটি খাজনাৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ। আকবৰ।

27। জিন্দা পিৰ বা দৰবেশ বুলিলে কোন জন মোগল সম্ৰাটক বুজায়?

উত্তৰ। ঔৰঙ্গজেৱ।

 

 

Get HS and HSLC final year question paper in pdf.

X