Month: January 2025
অসমৰ সত্ৰ সমূহ (Satras in Assam)- ইয়াৰ লগত জড়িত কলা শিল্প
অসমৰ সত্ৰসমূহ (Satras of Assam): মাজুলী হৈছে পৃথিৱীৰ ভিতৰতেই একমাত্ৰ জনৱসতি থকা আৰু আটাইতকৈ ডাঙৰ নদীদ্বীপ য’ত ভৰি আছে অসংখ্য সত্ৰ, বৈষ্ণৱ ধৰ্মীয় উপাসনাস্থলী যি ১৬ শ শতিকাৰ পৰাই বৰ্তি…