Festivals of Assam (অসমৰ উৎসৱ)- North East Festivals and Folk dances | ADRE Exam Important Questions
Festivals of Assam (অসমৰ উৎসৱ)- ADRE Exam Important Questions Festivals of Assam/Festivals of NorthEast জনগোষ্ঠী উৎসৱ মিচিং আলি আই লৃগাং, দবুৰ, নৰাছিগা বিহু, প:ৰাগ। তিৱা ইয়ালিং উৎসৱ, বৰত, মায় পথালা, চংখং, বানচুৱা। আহোম উমফা পূজা, চোমদেও পূজা, ফুৰালুং পূজা, মে ডা মে ফি। ৰাভা ফৰকান্তি উৎসৱ, খকচি পূজা, পাউৰা দেও, লাংখুনি পূজা, হাছং…