, , ,

ভূগোলৰ দৰকাৰী প্ৰশ্নোত্তৰ (ADRE Grade 3 and 4)

1। কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল?

উত্তৰ। কলম্বাছ।

2। ভাৰতলৈ আহিবলৈ নতুন জলপথ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ। ভাস্কৰ ডা গামা।

3। পৃথিৱীৰ মুধস বুলিলে কাক বুজায়?

উত্তৰ। পামিৰ মালভূমি।

4। পৃথিৱীৰ গভীৰতম ঠাই কি?

উত্তৰ। মাৰিয়ানা খাদ।

5। পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমি কি?

উত্তৰ: আটাকামা মৰুভূমি।

6। পৃথিৱীক 20 শতাংশ অক্সিজেন দিয়া একমাত্ৰ বৰ্ষাৰণ্য কি?

উত্তৰ। আমাজন বৰ্ষাৰণ্য।

7। বিশ্বৰ আটাইতকৈ উচ্চ জল প্রপাত কি?

উত্তৰ। এঞ্জেল জল প্ৰপত, দক্ষিণ আমেৰিকা।

8। অসমত কেইটা ৰামসাৰ ঠাই আছে?

উত্তৰ। এটা (দ্বীপৰ বিল)।

9। জিম্বাৱে ৰ ৰাজধানী কি?

উত্তৰ। হাৰাৰে।

10। অসমত থকা মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?

উত্তৰ। 7 খন।

11। অসমৰ কত কাঁহ পিতলৰ বাচন বৰ্তন পোৱা যায়?

উত্তৰ। বৰপেটাৰ সৰ্থেবাৰীত।

 

 


Get HS and HSLC final year question paper in pdf.

X