, ,

ADRE GRADE 3 GENERAL KNOWLEDGE (সাধাৰণ জ্ঞান)

1. আটাইতকৈ পাতল গেছ কি?

উত্তৰ: হাইড্ৰজেন।

2. ভূপৃষ্ঠৰ একেবাৰে ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো কি?

উত্তৰ: ট্ৰ’প’স্ফিয়াৰ ।

3. বিশ্বৰ সবাতোকৈ সৰু নদীদ্বীপ কি?

উত্তৰ: উমানন্দ।

4. ভিটামিন- A ৰ অভাৱত কি ৰোগ হয়?

উত্তৰ: ককুৰীকণা ৰোগ।

5. অসমৰ একমাত্ৰ পৰ্বতীয় ৰেল ষ্টেচন খন কি?

উত্তৰ: হাফলং ৰেল ষ্টেচন।

6. “A Brief History of Time” গ্ৰন্থৰ ৰচক কোন?

উত্তৰ: ষ্টিফেন হকিং।

7. বিশ্বৰ সবাতোকৈ ওখ শৃংগ কি?

উত্তৰ: মাউণ্ট এভাৰেষ্ট।

8. ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: মেৰী কুৰি।

9. বিশ্বৰ সবাতোকৈ ওখ জল প্ৰপাত (Water Fall)  কি?

উত্তৰ: এনজেল জলপ্ৰপাত, ভেনিজুৱেলা।

10. জিম্বাৱেৰ ৰাজধানী কি?

উত্তৰ: হাৰাৰে।

11. অসমৰ জাতীয় গছ কি?

উত্তৰ: হলং।

12. ভাৰতৰ বিখ্যাত পক্ষীবিধ জনৰ নাম কি?

উত্তৰ: ছলিম আলি।

13. অসমৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?

উত্তৰ: 7 খন।

14. নোবেল বঁটা কোন দেশে প্ৰদান কৰে?

উত্তৰ: ছুইডেন।

15. ছুইডেনৰ ৰাজধানী কি?

উত্তৰ: ষ্টকহম।

16. 2023 বিশ্বকাপ ক্ৰিকেট ফাইনেল কোন দেশত অনুষ্ঠিত হৈছিল?

উত্তৰ: ভাৰত, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত।

17. মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটা কি?

উত্তৰ: ডিমচ আৰু ফবছ।

18. পৃথিৱীৰ মুধচ বুলিলে কি বুজায়?

উত্তৰ: পামিৰ মালভূমিক।

19. দক্ষিণ মেৰু কোনে জয় কৰিছিল?

উত্তৰ: ৰুনাল্ড আমুণ্ডছেন।

20. উত্তৰ মেৰু কোনে জয় কৰিছিল?

উত্তৰ: ৰবাৰ্ট পিয়েৰী।

21. নল গাহৰি অসমৰ কত পোৱা যায়?

উত্তৰ: মানাহ আৰু বৰনদী অভয়াৰণ্যত।

22. জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰ: কাৰ্বন ডাই অক্সাইড।

23. বিশ্বৰ সবাতোকৈ বেছি শুকান মৰুভূমি কি?

উত্তৰ: গোবি মৰুভূমি।

24. পৃথিৱীৰ কোন ঠাইক চেনীৰ পাত্ৰ বোলে?

উত্তৰ: কিউবা।

25. ভাৰতৰ সবাতোকৈ বেছি ফৰেষ্ট থকা ৰাজ্য কোনখন?

উত্তৰ: মধ্য প্ৰদেশ।

26. অজন স্তৰ ক্ষতি কৰা গেছ বিধ কি?

উত্তৰ: CFC (ক্লৰোফ্লৰোকাৰ্বন)।

27. মহাকাশৰ বস্তুৰ অধ্যানক কি বুলি কৈ?

উত্তৰ: এষ্ট্ৰণমী (Astronomy)।

28. মাটিকালি হিচাপে ভাৰতৰ বৃহৎ ৰাজ্য কোণখন?

উত্তৰ: ৰাজস্থান।

29. বিহাৰৰ দুঃখ (sorrow of Bihar) বুলিলে কোন নদীক বুজায়?

উত্তৰ: কুছি নদী (Kosi river)।

30। বেংগলৰ দুঃখ (sorrow of Bengal) কোন নদীক বুজায়?

উত্তৰ: দামোদৰ নদী।

31।  কোনখন দেশে অসমৰ সৈতে আটাইতকৈ বেছি চাৰিসীমা ভাগ বতৰা কৰিছে?

উত্তৰ। বাংলাদেশ।

32। পৃথিৱীৰ যমজ গ্ৰহ বুলিলে কোনটো গ্ৰহক বুজায়?

উত্তৰ। শুক্ৰ গ্ৰহ।

33। অসমৰ কোন জিলাৰ জনবসতি ঘনত্ব আটাইতকৈ বেছি?

উত্তৰ। নগাঁও।

34। NABARD ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ। National Bank of Agriculture and Rural Development ।

35। কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল?

উত্তৰ। 1935 চনত।

36। ভাৰতত SEBI স্থাপন হৈছিল কিমান চনত?

উত্তৰ। 1992।

37। IMF ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ। International Monetary Fund।

38। অৰ্থনীতিৰ পিতৃ বুলি কাক অভিহিত কৰা হৈছিল?

উত্তৰ। আডাম স্মিথ

39। ATM ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ। Automated Teller Machine।

40। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো?

উত্তৰ। নুমলিগড় তেল শোধনাগাৰ।

41। ভাৰতৰ প্ৰথমজন চাহ খেতিয়ক কোন?

উত্তৰ। মণিৰাম দেৱান।

42। CNG ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ। Compressed Natural Gas।

43। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন?

উত্তৰ। ৰাকেশ শৰ্মা।

44। মানুহৰ হৃদপিণ্ড কেইটা কোঠালী যুক্ত?

উত্তৰ। 4 টা।

45। এণ্টিবডি সৃষ্টি কৰা ৰক্তকোষ কোনটো?

উত্তৰ। লিম্ফোচাইট।

46। অসম গণ পৰিষদৰ জন্ম হৈছিল কান চনত?

উত্তৰ। 1985 চনত।

47। ছুৱেজ খাল কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ। 1869 চনত।

48। কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ বেছি সীমাৰেখা ভাগ কৰিছে?

উত্তৰ। মেঘালয়।

49। ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলিলে কক বুজায়?

উত্তৰ। ৰাজা ৰাম মোহন ৰায়।

50। আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি?

উত্তৰ। ডুৰাণ্ট লাইন।

51। মৰুভূমি অঞ্চলত থকা ভগ্ন পাহাৰ সমূহক কি নামেৰে জনা যায়?

উত্তৰ। ইনচেলবাৰ্গ (Inselberg)।

52। ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশখনৰ নাম কি?

উত্তৰ। বাংলাদেশ।

53। ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যোদয় হয়?

উত্তৰ। অৰুণাচল প্ৰদেশ।

54। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত প্ৰণালীটোৰ নাম কি?

উত্তৰ। পক প্ৰণালী

55। ভাৰতৰ কোন ৰাজ্যই আটাইতকৈ বেছি উপকূলীয় সীমা ধাৰণ কৰি আছে?

উত্তৰ। গুজৰাট।

 


Get HS and HSLC final year question paper in pdf.

X