, ,

ADRE 3rd Grade (সাধাৰণ বিজ্ঞান)

সাধাৰণ বিজ্ঞান

1. তলৰ কোনটো বিদ্যুতৰ বাবে আটাইতকৈ বেছি পৰিবাহী

a. পাতিত পানী  b. গৰম পানী c. লেতেৰা পানী d. লৱণ পানী।

উত্তৰ: d. লৱণ পানী।

 

2. তলৰ কোনবিধ ৰশ্মিৰ আটাইতকৈ বেছি ভেদন ক্ষমতা আছে।

a. আলফা ৰশ্মি b. X ৰশ্মি c. বিটা ৰশ্মি d. গামা ৰশ্মি।

উত্তৰ: d. গামা ৰশ্মি।

 

3. আমাৰ পৃথিৱীৰ মূল শক্তিৰ উৎস হল-

a. সূৰ্য b. বায়ুমণ্ডল c. সাগৰ d. ডাৱৰ।

উত্তৰ: a. সূৰ্য।

 

4. কেন্সাৰ ৰোগ ধৰা পেলাবলৈ কি পৰীক্ষা কৰা হয়

a. X ৰশ্মি পৰীক্ষা b. ব্লাড পৰীক্ষা c. মূত্ৰ পৰীক্ষা d. বায়োপচি পৰীক্ষা।

উত্তৰ: d. বায়পচি পৰীক্ষা।

 

5. ইলেকট্ৰিক বালব ৰ ফিলামেন্ট কিহেৰে গঠিত –

a. আইৰণ b. কপাৰ c. টাংষ্টেন d. গ্ৰেফাইট।

উত্তৰ: c. টাংষ্টেন।

 

6. তলৰ কোনটো মেলেৰিয়াৰ মহৌষধ –

a। এচপিৰিন b। আইসপ্ৰিন c। এমক্সিলিন d। ক্লৰোকুইন

উত্তৰ: d। ক্লৰোকুইন।

 

7. ফুলৰ ৰং ৰ মূলতে হল –

a। ক্লৰফিল b। মেলানিন c। এন্থচায়ানিন d। হিমগ্লবিন

উত্তৰ: c। এন্থচায়ানিন।

 

8. কঠিন পানীৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ

a। মেগনেচিয়াম, কেলচিয়াম, কপাৰ

b।মেগনেচিয়াম, কেলচিয়াম, আইৰণ

c। মেগনেচিয়াম, কেলচিয়াম, চিলভাৰ

d। মেগনেচিয়াম, কেলচিয়াম, জিংক

উত্তৰ: b। মেগনেচিয়াম, কেলচিয়াম, আইৰণ

 

9. এলবাৰ্ট আইনষ্টাইন তলৰ কোনটো পৰিঘটনাৰ লগত সম্পৰ্কিত

a। আপেক্ষিকতাবাদ b। X- ৰে c। ইলেক্ট্ৰন d। পৰমাণু

উত্তৰ: a। আপেক্ষিকতাবাদ।

 

10. হাঁওফাঁওৰ বাহিৰে মানুহৰ কোনটো অংগ অক্সিজেন গ্ৰহণ কৰে

a। ছাল b। চুলি। c। চকু d। লিভাৰ

উত্তৰ: c। চকু।

 

11. গাখীৰক দৈত পৰিণত কৰা বেক্টেৰিয়া কি

a। লেক্তবেচিলাছ b। ই কলি c। ভিব্ৰিও d। এটাও নহয়

উত্তৰ: a। লেক্তবেচিলাছ।

 

12. কেন্সাৰ ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ নাম হল

a। HPV।  b। HIV  c। TMV  d। ফাজ ভাইৰাছ

উত্তৰ। a। HPV

 

13. পৰমাণু বম ৰ পিতৃ কোন –

a। অপেনহেইমাৰ b। তেছলা c। নিউটন d। মেক্স প্লেংক

উত্তৰ: a। অপেনহেইমাৰ।

 

14. “কথককলি” নৃত্য কোন ৰাজ্যৰ পালন কৰে –

a। কেৰালা b। অসম c। মধ্য প্ৰদেশ d। গুজৰাট

উত্তৰ: a। কেৰালা।

15. পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল

a। ৰবাৰ্ট হুক b। ৰবাৰ্ট ব্ৰাউন c। আলেকজেণ্ডাৰ ফ্লেমিং d। লুই পেষ্টোৰ

উত্তৰ: c। আলেকজেণ্ডাৰ ফ্লেমিং।

16. অক্সিজেনৰ উপস্থিতিত সংগঠিত হোৱা শ্বসনক কি বোলে?

উত্তৰ: সবাত শ্বসন (Aerobic respiration?।

17. জীৱ আৰু জড়ৰ মধ্যৱস্তা বুলিলে কাক বুজায়?

উত্তৰ: ভাইৰাছ।

18. মেলেৰিয় ৰোগ সৃষ্টিকাৰী বীজাণুৰ নাম কি?

উত্তৰ: প্লাজমদিয়াম ভাইভেক্স নামৰ আদ্যপ্ৰাণী।

19. বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰ: 1972 চনত।

20. বনাঞ্চল সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰ: 1980 চনত।

21. পৰিৱেশ সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰ: 1986 চনত।

22. দ্বিপদ নামকৰণ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: কেৰলাছ লিনিয়াছ।

23. তেজ চেকুৰা মাৰা (Blood clotting) প্ৰক্ৰিয়াত সহায় কৰা ভিটামিনৰ নাম কি?

উত্তৰ: ভিটামিন K ।

24. লোহিত ৰক্ত কণিকাৰ (RBC) জীৱন কাল কিমান দিন?

উত্তৰ: 120 দিন।

25. মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালী থাকে?

উত্তৰ: 4 টা।

26. মাধ্যাকৰ্ষণিক শক্তি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: ছাৰ আইজাক নিউটন।

27. ৰঞ্জন ৰশ্মি (X ray) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: উইলিয়াম ৰন্টোজেন।

28. জন্মৰ সময়ত মানুহৰ দেহত কিমান হাড় থাকে?

উত্তৰ: 306 ডাল।

29. কিহৰ অভাৱত কুকুৰীকণা ৰোগ হয়?

উত্তৰ: ভিটামিন A ৰ অভাৱত।

30. স্কাৰ্ভি ৰোগ কিহৰ অভাৱত হয়?

উত্তৰ: ভিটামিন C।

31. ভিটামিন E ৰ ৰসাইনিক নাম কি?

উত্তৰ: টক’ফেৰল।

32. উদ্ভিদৰ পাতত থকা সৰু সৰু ৰন্ধ্ৰ বোৰক কি বোলে?

উত্তৰ: পত্ৰৰন্ধ্ৰ।

33. কোষকেন্দ্ৰ (Nucleus) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: ৰবাৰ্ট ব্ৰাউন।

34. BOD ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: Biological Oxygen Demand।

35. লাইকেন হল

উত্তৰ: শেলাই আৰু ভেঁকুৰৰ সহজীৱি।

36. প্ৰাণীজগতৰ আটাইতকৈ ডাঙৰ পৰ্বটো কি?

উত্তৰ: আৰ্থ্ৰপদা (Arthropoda)।

37। জনন কোষত ক্ৰমজমৰ সংখ্যা কিমান?

উত্তৰ: মাতৃ কোষৰ আধা।

38. এচিডৰ ৰজা বুলিলে কোন এচিদক বুজায়?

উত্তৰ: ছালফিউৰিক এছিড (H2SO4)।

39. হৰমন নিঃসৰণ কৰা গ্ৰন্থি বোৰক কি বোলে?

উত্তৰ: অন্তঃস্ৰাৱী গ্ৰন্থী।

40. শব্দ তৰংগ জোখাৰ একক কি?

উত্তৰ: হাৰ্জ (Hz)।

41. বৈদ্যুতিক প্ৰৱাহৰ একক কি?

উত্তৰ: এম্পিয়াৰ।

43. বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰা সঁজুলিৰ নাম কি?

উত্তৰ: বৈদ্যুতিক মটৰ।

44. যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা সঁজুলিৰ নাম কি?

উত্তৰ: জেনেৰেটৰ।

 

 

 

 

 

 

 

 

 

 

Get HS and HSLC final year question paper in pdf.

X