, , , ,

Festivals of Assam (অসমৰ উৎসৱ)- North East Festivals and Folk dances | ADRE Exam Important Questions

Festivals of Assam (অসমৰ উৎসৱ)- ADRE Exam Important Questions

Festivals of Assam/Festivals of NorthEast

 

 

জনগোষ্ঠী উৎসৱ
মিচিং আলি আই লৃগাং, দবুৰ, নৰাছিগা বিহু,

প:ৰাগ।

তিৱা ইয়ালিং উৎসৱ, বৰত, মায় পথালা, চংখং, বানচুৱা।
আহোম উমফা পূজা, চোমদেও পূজা, ফুৰালুং পূজা, মে ডা মে ফি।
ৰাভা ফৰকান্তি উৎসৱ, খকচি পূজা, পাউৰা দেও, লাংখুনি পূজা, হাছং পূজা, হাথাচুনি, টুকুৰিয়া পূজা, উম্ৰা পূজা।
দেউৰী হাউনীয়া পূজা, বহাগী বিচু।
গাৰো বাংগালা, মাংগোনা
হাজং লেৱাটনা বিহু, কাতি গাছা, কৌতকৌ পূজা, চ’ৰ মাগা।
কাৰ্বি ৰংখেৰ, দুচীয়, দোমাহী আলুন, দেহাল পূজা, চমাংকন।
চাহ জনগোষ্ঠী চহৰাই পৰব, কৰম পূজা, টুচু পূজা, চৈত বা চৰক পূজা, ফুছপানীমাৰ পূজা।
বড়ো খেৰাই পূজা, গাৰজা, বাথৌ পূজা, বৈশাগু, বাইছাণ্ড।
ডিমাছা বুচু উৎসৱ, গেৰুৱা ।
সোণোৱাল কছাৰী বাইথো পূজা, বলিৰজা দোমাহি।
কোচ ৰাজবংশী দৰ পূজা।
চুতীয়া পানীতোলা বৰসবাহ।
বৌদ্ধ পইচাংকেণ্টাই।

 

 

 

Get HS and HSLC final year question paper in pdf.

X