Mock Test Assam Economy Set-1

Assam’s Economy is primarily based on agriculture, with tea, oil, and natural gas being its key industries. The state is one of the largest producers of tea in the world and also holds significant reserves of oil and natural gas. Additionally, Assam has a growing sector in manufacturing, handloom, and handicrafts. The state’s economy is bolstered by its rich natural resources, though challenges like infrastructure development and poverty persist. Agriculture, particularly rice cultivation, remains a critical part of rural livelihoods.

The importance of Assam’s economy for competitive exams lies in its key role in India’s overall economic structure and development. Questions on Assam’s economy often cover various topics like agriculture, tea industry, oil and gas resources, and natural biodiversity, which are integral to understanding regional economies. Questions are often asked on Assam Economy at various Competitive exams like APSC, SSC, TET, ADRE, APDCL, PnRD etc.

Assam Economy Mock Test Set-1

 

Results

#1. অসমৰ প্ৰথম চেনীকল কত স্থাপন কৰা হৈছিল?

#2. অসমৰ তৃতীয়টো তেল শোধনাগাৰ কত অৱস্থিত?

#3. বঙাইগাঁও তৈলক্ষেত্ৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল?

#4. BRPL (Bongaigaon Refinery এণ্ড Petrochemicals Limited) বৰ্তমান অসমৰ কোন জিলাত অৱস্থিত?

#5. গোলাঘাটৰ বামুনবৰুৱা গাঁৱত কিমান চনত অসমৰ প্ৰথম চেনীকল স্থাপন কৰা হৈছিল?

#6. অসমৰ দ্বিতীয়টো তেল শোধনাগাৰ কত স্থাপন কৰা হৈছিল?

#7. চিংফৌ সকলে পানীত চাহ পাত তিয়াই সৃষ্টি কৰা পানীয় বিধক কি বোলা হৈছিল?

#8. যোৰহাটৰ টোকোলাইত কিমান চনত চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল?

#9. অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত?

#10. অসমৰ প্ৰথম গেছ ক্ৰেকাৰ প্ৰকল্প ক’ত স্থাপন কৰা হৈছিল?

#11. অসমৰ ক’ত কয়লা খনি আছে?

#12. নগাঁও পেপাৰ মিল ক’ত অৱস্থিত?

#13. অসমৰ ক’ত চেনিকল স্থাপন কৰা হৈছে?

#14. যোগীঘোপাৰ কাগজ কল কেতিয়া স্থাপন কৰা হৈছিল?

#15. তলত উল্লেখ কৰা কোন জিলাত কুঁহিয়াৰ উৎপাদন নহয়?

#16. জাগীৰোডৰ পেপাৰ মিল কেতিয়া স্থাপন কৰা হৈছিল?

#17. বৰ্তমান অসমত কিমানটা ৰবৰ বাগিচা আছে?

#18. অসমৰ ক’ত প্লাইউড কাৰখানা আছে?

#19. অশোক পেপাৰ মিলছ লিমিটেড কত অৱস্থিত?

#20. অসমত চাহ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয়?

#21. অসমৰ শ্ৰমিকসকলৰ মুঠ কিমান শতাংশই চাহৰ লগত জড়িত?

#22. অসম চুক্তিৰ দফা অনুযায়ী স্থাপন কৰা তেল শোধনাগাৰ কোন খন?

#23. অসমৰ ক’ত চিমেণ্ট ফেক্টোৰী আছে?

#24. পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰ কি?

#25. গুৱাহাটীৰ নুনমাটিত অৱস্থিত তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল?

#26. কাৰ্বি আংলঙৰ হামৰেণ কিহৰ বাবে বিখ্যাত?

#27. ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কত অৱস্থিত?

#28. অসমৰ একমাত্ৰ বৃহৎ সাৰ কাৰখানা কত অৱস্থিত?

#29. আছাম শ্ব মিল এণ্ড টিম্বাৰ নামৰ প্ৰথমটো প্লাইউড কাৰখানা প্ৰথমতে ক’ত স্থাপন কৰা হৈছিল?

#30. ডিগবৈ তেল শোধনাগাৰ কেতিয়া মুকলি কৰা হৈছিল?

Previous
Finish