Assam’s History is rich and diverse, shaped by various cultures, kingdoms, and influences. In ancient times, it was part of the Kamarupa Kingdom, known for its advanced civilization and trade links. Over the centuries, Assam witnessed the rise of powerful dynasties like the Ahoms, who ruled the region for nearly 600 years and successfully defended it against foreign invasions. The British took control of Assam in the 19th century, making it part of British India. Post-independence, Assam became a state of India, with its unique identity influenced by ethnic diversity and socio-political movements, including the demand for autonomy and the creation of new states in the region.
#1. দন্দুৱা দ্ৰোহৰ নেতৃত্ব কোনে লৈছিল?
#2. ভগনীয়া ৰজা বুলিলে কোনজন ৰজাক বুজায়?
#3. প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল?
#4. কাৰ শাসন কালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
#5. ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিল?
#6. তুংখুঙীয়া বুৰঞ্জী কোনে ৰচনা কৰিছিল?
#7. কাৰ ৰাজত্ব কালত পোন প্ৰথম বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল?
#8. কছাৰী ৰজাৰ শেষ ৰাজধানী ক’ত আছিল?
#9. জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰাইছিল?
#10. উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
#11. প্ৰথমে বৰ ৰজা উপাধি কাক দিয়া হৈছিল?
#12. মানক কোনে প্ৰথমে অসমলৈ নিমন্ত্ৰণ কৰি আনিছিল?
#13. বিশ্বসিংহৰ পিতৃৰ নাম কি আছিল?
#14. বীৰ চিলাৰায়ৰ পুত্ৰৰ নাম কি আছিল?
#15. হিউৱেনচাঙে সম্ৰাট ভাস্কৰবাৰ্মৰ পৰা কি উপহাৰ পাইছিল?
#16. অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো?
#17. চাৰিং ৰজাই কি নাম লৈ সিংহাসনত আৰোহণ কৰিছিল?
#18. জয়ধ্বজ সিংহ কাৰ পুত্ৰ আছিল?
#19. কোন আহোম ৰজাই নিজে সিংহাসন ত্যাগ কৰিছিল আৰু নিজ পত্নীক সিংহাসনত বহুৱাইছিল?
#20. লতা কটা ৰণ কাৰ ৰাজত্বকালত সংগঠিত হৈছিল?
#21. মহাভাৰত কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?
#22. ভাগৱত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
#23. ফুলগুৰিত বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল?
#24. মণিৰাম দেৱানৰ কেতিয়া ৰাজহুৱা ভাৱে ফাঁচী দিয়া হৈছিল?
#25. আহোম সকলৰ শেষ ৰাজধানী ক’ত আছিল?
#26. পৰ্বতীয়া গোহাঁই নামেৰে কাক জনা গৈছিল?
#27. হস্তী বিদ্যাৰ্ণৱ পুথি খনৰ ৰচক কোন?
#28. কামাখ্যা মন্দিৰ দ্বিতীয় বাৰ কোনে নিৰ্মাণ কৰাইছিল?
#29. কাৰ মৃত্যুৰ পাছত কমতাপুৰ দুভাগ হৈ ‘কোচ বিহাৰ’ আৰু ‘কোচ হাজো’ এই দুই ভাগত বিভক্ত হৈছিল?
#30. নিলধ্বজে প্ৰতিষ্ঠা কৰা বংশটো কি আছিল?