Mock Test Assam History Set-3

Assam’s History is rich and diverse, shaped by various cultures, kingdoms, and influences. In ancient times, it was part of the Kamarupa Kingdom, known for its advanced civilization and trade links. Over the centuries, Assam witnessed the rise of powerful dynasties like the Ahoms, who ruled the region for nearly 600 years and successfully defended it against foreign invasions. The British took control of Assam in the 19th century, making it part of British India. Post-independence, Assam became a state of India, with its unique identity influenced by ethnic diversity and socio-political movements, including the demand for autonomy and the creation of new states in the region.

 

Results

#1. মণিৰাম দেৱানৰ কেতিয়া ফাঁচী দিয়া হৈছিল?

#2. আহোম সকলৰ শেষ ৰজাজন কোন আছিল?

#3. ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া ব্যক্তি গৰাকী কোন আছিল?

#4. অসমত প্ৰথম জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?

#5. অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

#6. নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল?

#7. হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল?

#8. মহাত্মা গান্ধী প্ৰথম বাৰৰ বাবে অসমলৈ কেতিয়া আহিছিল?

#9. অসম এচোছিয়েচন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

#10. বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কি আছিল?

#11. প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?

#12. প্ৰথম বৰপাত্ৰ গোহাঁই উপাধি লাভ কৰা ব্যক্তি কোন আছিল?

#13. দন্দুৱা দ্ৰোহ কাৰ ৰাজত্ব কালত হৈছিল?

#14. কাৰ ৰাজত্ব কালত মানে পোন প্ৰথম বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল?

#15. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্ব কালত হৈছিল?

#16. কাৰ পৃষ্ঠপোষকতাত ভূঞাসকল শক্তিশালী হৈ উঠিছিল

#17. আহোম যুগত কৈৱৰ্ত সকলক কি বুলি জনা গৈছিল?

#18. অসমৰ প্ৰথমখন সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

#19. অসমৰ প্ৰথম সত্ৰ কত প্ৰতিষ্ঠা কৰা হৈছিল?

#20. চুকাফাই মাউলুঙৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমলৈ অহাৰ কথা তলৰ কোন খন গ্ৰন্থত উল্লেখ আছে?

#21. 1894 চনত হোৱা লচিমা বিদ্ৰোহৰ মূল কাৰণ কি আছিল?

#22. আহোম ভাষাত চকলাং শব্দৰ অৰ্থ কি?

#23. চীনা পৰিব্ৰাজক হিওৱেনচাঙে কোন খন গ্ৰন্থত প্ৰাচীন কামৰূপৰ বিষয়ে টোকা লিখি থৈ গৈছিল?

#24. ভীষ্মক ৰজাৰ কন্যাৰ নাম কি আছিল?

#25. ৰুক্মিণী হৰণ গ্ৰন্থৰ ৰচক কোন?

#26. চিংফৌ সকলৰ আদি বাসস্থান কত আছিল?

#27. কোনে আহোম ৰাজধানী বকতাৰ পৰা গড়গাৱলৈ স্থানান্তৰিত কৰে?

#28. কোন ৰজাই আহোম ৰাজ্যৰ ৰাজধানী চাৰগুৱাৰ পৰা বকতালৈ স্থানান্তৰিত কৰে?

#29. দিহিঙীয়া ৰজা বুলিলে কোন আহোম ৰজাক বুজায়?

#30. ভগা ৰজা কোন আছিল?

#31. জয়ধ্বজ সিংহৰ আন এটা নাম কি আছিল?

#32. চক্ৰধ্বজ সিংহৰ পুৰণি নাম কি আছিল?

#33. চুণ্যাটফ্যা ৰাজ সিংহাসনত উঠি কি নাম গ্ৰহণ কৰে?

#34. নৰিয়া ৰজা বুলিলে কোন জন আহোম ৰজাক বুজায়?

#35. গড়গঞা ৰজাৰ আচল নাম কি আছিল?

Previous
Finish