Mock Test on MOVIES & AWARDS (Assam)

Test your knowledge of cinema with our Free Mock Test on Movies and Awards, featuring a special focus on Assam’s film industry, regional achievements, and iconic personalities. A perfect quiz for movie buffs and competitive exam aspirants alike. Enhance your general knowledge with our Free Mock Test on Movies and Awards, with special emphasis on Assam’s cinematic achievements, regional film personalities, and national recognitions. This mock test is especially useful for candidates preparing for exams like APSC, ATET, CTET, ADRE, and other government job exams, where questions related to current affairs, arts, and culture of Assam frequently appear. Strengthen your preparation and stay ahead in the competition.

 

Results

আৰু অধিক Mock Test ৰ বাবে thestudytimes.com ৱেবচাইট চাওঁক।

আৰু অধিক Mock Test ৰ বাবে thestudytimes.com ৱেবচাইট চাওঁক।

#1. প্ৰথম ভাৰতীয় সবাক (Talkie) চলচ্চিত্ৰ কি আছিল?

#2. প্ৰথম অসমীয়া সবাক চলচ্চিত্ৰখনৰ নাম কি?

#3. প্ৰথম অসমীয়া সবাক চলচিত্ৰ “জয়মতী” কেতিয়া মুক্তি লাভ কৰিছিল?

#4. “জয়মতী” চলচিত্ৰ নিৰ্মাণৰ লগত ওতঃপ্ৰোতভাবে জড়িত ব্যক্তিগৰাকী কোন আছিল?

#5. জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় আৰু শেষ চলচিত্ৰখনৰ নাম কি?

#6. ইন্দ্ৰমালতী নামৰ চলচিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল?

#7. জয়মতী চলচিত্ৰখন কোনখন নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছিল?

#8. বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই যুটীয়াভাৱে পৰিচলনা কৰি চলচিত্ৰখন কি আছিল?

#9. ভূপেন হাজিকাদেৱে কোনখন চলচিত্ৰত তেওঁৰ প্ৰথম গীত গাইছিল?

#10. ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম গীত কি আছিল?

#11. “বিশ্ববিজয় ন জোৱান” নামৰ গীৰটো কোনে ৰচনা কৰিছিল?

#12. ফণী শৰ্মাই নিৰ্মিত “পিয়লি ফুকন” চলচিত্ৰই কেতিয়া মুক্তি লাভ কৰিছিল?

#13. 1957 চনত উৎকৰ্ষতাৰ মানপত্ৰ (Certificate of Merit) লাভ কৰা ছবিখন কি?

#14. অসমীয়া চলচিত্ৰ জগতৰ ৰোমান্টিক, সামাজিক আৰু আধুনিক ছবি নিৰ্মাতা প্ৰথম ব্যক্তি গৰাকী কোন?

#15. উৎকৰ্ষতাৰ মানপত্ৰ (Certificate of Merit) লাভ কৰা প্ৰথম অসমীয়া চলচিত্ৰ কোনখন?

#16. তলৰ কোনখন ছবিত সংগীত পৰিচালনা কৰাৰ বাবে ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে?

#17. অসমৰ প্ৰথম ৰহস্য কাহিনী সম্বলিত চলচিত্ৰ কোনটো আছিল?

#18. প্ৰথম অসমীয়া “হাস্য ব্যংগ ৰসাত্মক” চিনেমা কোনটো আছিল?

#19. প্ৰথম অসমীয়া “ৰঙীন ছবি” কোনখন আছিল?

#20. 1993 চনত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ “ৰজত কমল বঁটা” লাভ কৰা অসমীয়া চলচিত্ৰৰ নাম কি?

#21. সান্তনা বৰদলৈৰ পৰিচালিত “অদাহ্য” ছবিখন কোনখন উপন্যাসৰ কাহিনী আধাৰত নিৰ্মাণ কৰা হৈছিল?

#22. মঞ্জু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথম ছবিখনৰ নাম কি?

#23. তলত উল্লেখ কৰা কোনখন ছবি জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত?

#24. আইদেউ সন্দিকৈয়ে অভিনয় কৰা ছবিখন হ’ল –

#25. 2018 চনত মুক্তিলাভ কৰা ছবি “ভিলেজ ৰকষ্টাৰ্চ”ৰ পৰিচালক কোন আছিল?

#26. অসমৰ জনগোষ্ঠী ভাষাবোৰৰ ভিতৰত সৰ্বাধিক ছবি কোনটো ভাষাত নিৰ্মাণ কৰা হৈছে?

#27. বড়ো ভাষাত নিৰ্মাণ কৰা প্ৰথম ছবিখনৰ নাম কি?

#28. বড়ো ভাষাত প্ৰথম তথ্যচিত্ৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

#29. 2015 চনত শ্ৰেষ্ঠ বড়ো ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচিত্ৰ খন কি?

#30. অসমীয়া চলচিত্ৰ জগতৰ বাটকটীয়া বুলিলে তলৰ কোনজন নিৰ্মাতাক বুজায়?

Previous
Finish