Assam Direct Recruitment 2024 TET/Grade 3 & 4 – Geography Part

Assam Direct Recruitment 2024 TET/Grade 3 & 4 – Geography Part:

Geography is the study of facts of earth surface. The surface of the earth is full of plains, plateau, deserts, mountains, rivers, oceans, hills, forests, grasslands, wetlands, pond, lakes etc. Our India is diverse in various fields like mountains, rivers, hills, lakes, plains, grasslands, croplands etc. It is mandatory to have basic knowledge about our country along with the world. Some important questions are discussed in Assamese that are highly important for the upcoming Assam Direct Recruitment Exam 2024.

1। কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল?

উত্তৰ। কলম্বাছ।

2। ভাৰতলৈ আহিবলৈ নতুন জলপথ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ। ভাস্ক ডা গামা।

3। পৃথিৱীৰ মুধস বুলিলে কাক বুজায়?

উত্তৰ। পামিৰ মালভূমি।

4। পৃথিৱীৰ গভীৰতম ঠাই কি?

উত্তৰ। মাৰিয়ানা খাদ।

5। পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমি কি?

উত্তৰ: আটাকামা মৰুভূমি।

6। পৃথিৱীক 20 শতাংশ অক্সিজেন দিয়া একমাত্ৰ বৰ্ষাৰণ্য কি?

উত্তৰ। আমাজন বৰ্ষাৰণ্য।

7। বিশ্বৰ আটাইতকৈ উচ্চ জল প্রপাত কি?

উত্তৰ। এঞ্জেল জল প্ৰপত, দক্ষিণ আমেৰিকা।

8। অসমত কেইটা ৰামসাৰ ঠাই আছে?

উত্তৰ। এটা (দ্বীপৰ বিল)।

9। জিম্বাৱে ৰ ৰাজধানী কি?

উত্তৰ। হাৰাৰে।

10। অসমত থকা মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?

উত্তৰ। 7 খন।

11। অসমৰ কত কাঁহ পিতলৰ বাচন বৰ্তন পোৱা যায়?

উত্তৰ। বৰপেটাৰ সৰ্থেবাৰীত।

 

 

One response to “Assam Direct Recruitment 2024 TET/Grade 3 & 4 – Geography Part”

Get HS and HSLC final year question paper in pdf.

X