অসমৰ সত্ৰ সমূহ (Satras in Assam)- ইয়াৰ লগত জড়িত কলা শিল্প
অসমৰ সত্ৰসমূহ (Satras of Assam): মাজুলী হৈছে পৃথিৱীৰ ভিতৰতেই একমাত্ৰ জনৱসতি থকা আৰু আটাইতকৈ ডাঙৰ নদীদ্বীপ য’ত ভৰি আছে অসংখ্য সত্ৰ, বৈষ্ণৱ ধৰ্মীয় উপাসনাস্থলী যি ১৬ শ শতিকাৰ পৰাই বৰ্তি আছে। অসমীয়া সংস্কৃতিৰ পিতৃস্বৰূপ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট এই সত্ৰসমূহ হৈছে বৈষ্ণৱধৰ্মীয় বৈশিষ্টৰ এক অনবদ্য অনুষ্ঠান। সত্ৰ সমূহ কেৱল উপাসনাৰ স্থলেই নহয়, ই পৰম্পৰাগত কলা … Read more