
Table of Contents
সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC
সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16 টা অধ্যায় আছে । থিঅৰী পৰীক্ষা 90 নম্বৰৰ আৰু প্ৰেকটিকেল 10।
HSLC পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অধ্যায়সমূহ: পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নপত্ৰ আৰু মাৰ্কিং স্কিম অনুসৰি তলত দিয়া অধ্যায়সমূহৰ পৰা অধিক প্ৰশ্ন আহে আৰু ভালকৈ প্ৰস্তুতি ল’লে ভাল নম্বৰ পোৱা সম্ভৱ:
- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
- এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts)
- ধাতু আৰু অধাতু (Metals and Non-metals)
- কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds)
- জীৱন প্ৰক্ৰিয়া (Life Processes)
- নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)
- জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce?)
- বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution)
- পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ (Light – Reflection and Refraction)
- মানৱ চকু আৰু ৰঙীন জগত (The Human Eye and the Colourful World)
- বিদ্যুৎ (Electricity)
- বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ (Magnetic Effects of Electric Current)
এই অধ্যায়সমূহত ধাৰণা, সমীকৰণ, চিত্ৰ আৰু প্ৰেকটিকেল ভিত্তিক প্ৰশ্ন অধিক আহে। সম্পূৰ্ণ পাঠ্যক্ৰম ভালদৰে পঢ়ি পূৰ্বৰ বৰ্ষৰ প্ৰশ্নকাকত অনুশীলন কৰিলে উত্তম ফলাফল লাভ কৰিব পাৰি।
দাবীকৰণ (Disclaimer): এই তথ্য SEBA/NCERT পাঠ্যক্ৰমৰ ওপৰত আধাৰিত শিক্ষামূলক উদ্দেশ্যেৰে প্ৰস্তুত কৰা হৈছে। সঠিক আৰু শেহতীয়া পাঠ্যক্ৰমৰ বাবে SEBAৰ অফিচিয়েল ৱেবছাইট (site.sebaonline.org) চাওক বা পাঠ্যপুথিৰ সৈতে মিলাই লওক। কোনো ভুল থাকিলে ক্ষমা কৰিব।
Buy PDF 💬 Chat on WhatsAppChapter Wise Links (General Science)
| CHAPTERS | অধ্যায় | LINKS |
| Chemical Reactions and Equation | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Click Here |
| Acids, Bases and Salts | এছিড, ক্ষাৰক আৰু লৱণ | Click Here |
| Metals and Non Metals | ধাতু আৰু অধাতু | Click Here |
| Carbon and Its Compounds | কাৰ্বন আৰু তাৰ যৌগ | Click Here |
| Periodic Classification of Elements | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | Click Here |
| Life Processes | জীৱন প্ৰক্ৰিয়া | Click Here |
| Control And Coordination | নিয়ন্ত্ৰণ আৰু সমন্বয় | Click Here |
| How Do Organisms Reproduce? | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Click Here |
| Heredity and Evolution | বংশগতি আৰু ক্ৰমবিকাশ | Click Here |
| Reflection and Refraction | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | Click Here |
| The Human Eye and the Colorful World | মানৱ চকু আৰু বাৰেবৰণীয়া পৃথিৱী) | Click Here |
| Electricity | বিদ্যুৎ | Click Here |
| Magnetic Effects of Electric Current | বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ | Click Here |
| Sources of Energy | শক্তিৰ উৎসমূহ | Click Here |
| Our Environment | আমাৰ পৰিবেশ | Click Here |
| Management of Natural Resources | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | Click Here |