Magnetic Effects of Electric Current: Class 10 General Science Chapter 13 Important MCQs

Magnetic Effects

Magnetic Effects of Electric Current (বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া)

Below are the multiple-choice questions (MCQs) for Chapter 13 of SEBA Class 10 General Science, “Magnetic Effects of Electric Current (বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া),” presented in both English and Assamese, with questions and answers. The MCQs provided here are intended for educational purposes and are based on the SEBA Class 10 General Science syllabus for Chapter 13.

While every effort has been made to ensure accuracy and alignment with the curriculum, students are encouraged to cross-reference with their textbooks and consult teachers for official exam preparation. The content is not affiliated with or endorsed by the SEBA board, and any errors or discrepancies are unintentional. For the most accurate and updated information, refer to official SEBA resources.


Magnetic Effects of Electric Current (বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া)- MCQs with Answers:

1. The magnetic field inside a long solenoid carrying current is:
এটা দীঘল চ’লেনইডৰ ভিতৰত প্ৰবাহযুক্ত চৌম্বক ক্ষেত্ৰ হ’ব:
(a) Zero / শূন্য
(b) Decreases towards its ends / ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি
(c) Increases towards its ends / ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি
(d) Uniform at all points / সকলো বিন্দুতে একে
Answer: (d) Uniform at all points
উত্তৰ: (d) সকলো বিন্দুতে একে


2. When a rectangular coil of copper wire is rotated in a magnetic field, the direction of the induced current changes every:
তামৰ তাঁৰৰ আয়তাকাৰ খুণ্ডলী এটা চৌম্বক ক্ষেত্ৰত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি:
(a) Two rotations / দুপাকত
(b) One rotation / এপাকত
(c) Half rotation / আধা পাকত
(d) Quarter rotation / এশকৰ চাৰি ভাগৰ এভাগত
Answer: (c) Half rotation
উত্তৰ: (c) আধা পাকত


3. Which property of a proton can change while it moves freely in a magnetic field? (There may be more than one correct answer):
চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে):
(a) Mass / ভৰ
(b) Speed / দ্ৰুতি
(c) Velocity / বেগ
(d) Momentum / ভৰবেগ
Answer: (c) Velocity and (d) Momentum
উত্তৰ: (c) বেগ আৰু (d) ভৰবেগ


4. A positively charged particle (alpha particle) projected towards the west is deflected towards the north by a magnetic field. The direction of the magnetic field is:
পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) উত্তৰ দিশলৈ বিদ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব:
(a) Southward / দক্ষিণমুখী
(b) Eastward / পূৱমুখী
(c) Downward / নিম্নমুখী
(d) Upward / উৰ্দ্ধমুখী
Answer: (d) Upward
উত্তৰ: (d) উৰ্দ্ধমুখী


5. Which of the following correctly describes the magnetic field near a long, straight conductor?
তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?
(a) The field consists of straight lines perpendicular to the wire / ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত
(b) The field consists of straight lines parallel to the wire / ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত
(c) The field consists of radial lines originating from the wire / ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা পৰিধিমুখী ৰেখাৰে গঠিত
(d) The field consists of concentric circles centered on the wire / ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত
Answer: (d) The field consists of concentric circles centered on the wire
উত্তৰ: (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত


6. Electromagnetic induction is the process of:
বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে:
(a) Charging an object / বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) Creating a magnetic field by a current-carrying coil / কুণ্ডলীত চালিত প্ৰবাহে চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া
(c) Generating an induced current in a coil due to relative motion between a magnet and the coil / চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(d) Rotation of a coil in an electric motor / বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া
Answer: (c) Generating an induced current in a coil due to relative motion between a magnet and the coil
উত্তৰ: (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া


7. A device that generates electric current is called:
বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বোলা হয়?
(a) Generator / জেনেৰেটৰ
(b) Galvanometer / গেলভেন’মিটাৰ
(c) Ammeter / এমিটাৰ
(d) Motor / মটৰ
Answer: (a) Generator
উত্তৰ: (a) জেনেৰেটৰ


8. The essential difference between an AC generator and a DC generator is that:
পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে:
(a) AC generator has an electromagnet, while DC generator has a permanent magnet / পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে
(b) DC generator produces higher voltage / প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে
(c) AC generator produces higher voltage / পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে
(d) AC generator has slip rings, while DC generator has a commutator / পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত দিক্‌ পৰিবৰ্তক থাকে
Answer: (d) AC generator has slip rings, while DC generator has a commutator
উত্তৰ: (d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত দিক্‌ পৰিবৰ্তক থাকে


9. During a short circuit, the current in the circuit:
হ্রস্ববৰ্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ:
(a) Decreases drastically / বুজন পৰিমাণে কমি যায়
(b) Remains unchanged / সলনি নহয়
(c) Increases drastically / বুজন পৰিমাণে বৃদ্ধি পায়
(d) Varies continuously / অবিৰতভাৱে সলনি হয়
Answer: (c) Increases drastically
উত্তৰ: (c) বুজন পৰিমাণে বৃদ্ধি পায়


10. State whether the following statement is true or false: An electric motor converts mechanical energy into electrical energy.
তলৰ উক্তিটো শুদ্ধ নে ভুল কোৱা: এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(a) True / শুদ্ধ
(b) False / ভুল
Answer: (b) False
উত্তৰ: (b) ভুল

11. The direction of the magnetic field around a current-carrying conductor can be determined by: প্ৰবাহযুক্ত পৰিবাহীৰ চাৰিওফালৰ চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিব পাৰি: (a) Left-hand rule / বাওঁহাতৰ নিয়ম (b) Right-hand thumb rule / সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম (c) Fleming’s left-hand rule / ফ্লেমিংৰ বাওঁহাতৰ নিয়ম (d) Fleming’s right-hand rule / ফ্লেমিংৰ সোঁহাতৰ নিয়ম Answer: (b) Right-hand thumb rule উত্তৰ: (b) সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম


12. The force experienced by a current-carrying conductor placed in a magnetic field is maximum when the angle between the conductor and the magnetic field is: চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহী এটাৰ ওপৰত ক্ৰিয়া কৰা বল সৰ্বাধিক হ’ব যেতিয়া পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰৰ মাজৰ কোণ হ’ব: (a) 0° / ০° (b) 45° / ৪৫° (c) 90° / ৯০° (d) 180° / ১৮০° Answer: (c) 90° উত্তৰ: (c) ৯০°


13. Which of the following devices works on the principle of electromagnetic induction? তলৰ কোনটো সঁজুলিয়ে বিদ্যুৎ-চৌম্বক আৱেশৰ নীতিৰ ওপৰত কাম কৰে? (a) Electric motor / বৈদ্যুতিক মটৰ (b) Transformer / ট্ৰেন্সফৰ্মাৰ (c) Ammeter / এমিটাৰ (d) Voltmeter / ভল্টমিটাৰ Answer: (b) Transformer উত্তৰ: (b) ট্ৰেন্সফৰ্মাৰ


14. The frequency of alternating current (AC) in India is: ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ (AC) সঘনতা হ’ল: (a) 50 Hz / ৫০ হাৰ্টজ (b) 60 Hz / ৬০ হাৰ্টজ (c) 100 Hz / ১০০ হাৰ্টজ (d) 120 Hz / ১২০ হাৰ্টজ Answer: (a) 50 Hz উত্তৰ: (a) ৫০ হাৰ্টজ


15. The device used to protect circuits from overloading is: বৰ্তনীক অতিভাৰৰ পৰা সুৰক্ষা দিয়া সঁজুলিটো হ’ল: (a) Fuse / ফিউজ (b) Switch / চুইচ (c) Relay / ৰিলে (d) Capacitor / কেপাচিটৰ Answer: (a) Fuse উত্তৰ: (a) ফিউজ


16. The magnetic field lines inside a current-carrying solenoid are: প্ৰবাহযুক্ত চ’লেনইডৰ ভিতৰৰ চৌম্বক ক্ষেত্ৰৰ ৰেখাবোৰ হ’ল: (a) Circular / বৃত্তাকাৰ (b) Parallel straight lines / সমান্তৰাল সৰল ৰেখা (c) Radial / পৰিধিমুখী (d) Concentric / এককেন্দ্ৰিক Answer: (b) Parallel straight lines উত্তৰ: (b) সমান্তৰাল সৰল ৰেখা


17. The direction of induced current in a coil is determined by: কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ দিশ নিৰ্ধাৰণ কৰা হয়: (a) Right-hand thumb rule / সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম (b) Fleming’s left-hand rule / ফ্লেমিংৰ বাওঁহাতৰ নিয়ম (c) Fleming’s right-hand rule / ফ্লেমিংৰ সোঁহাতৰ নিয়ম (d) Left-hand rule / বাওঁহাতৰ নিয়ম Answer: (c) Fleming’s right-hand rule উত্তৰ: (c) ফ্লেমিংৰ সোঁহাতৰ নিয়ম


18. An electric motor works on the principle of: বৈদ্যুতিক মটৰে কাম কৰে এই নীতিৰ ওপৰত: (a) Electromagnetic induction / বিদ্যুৎ-চৌম্বক আৱেশ (b) Magnetic effect of electric current / বিদ্যুৎ প্ৰবাহৰ চৌম্বক ক্ৰিয়া (c) Heating effect of electric current / বিদ্যুৎ প্ৰবাহৰ তাপৰ ক্ৰিয়া (d) Chemical effect of electric current / বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া Answer: (b) Magnetic effect of electric current উত্তৰ: (b) বিদ্যুৎ প্ৰবাহৰ চৌম্বক ক্ৰিয়া


19. The phenomenon of electromagnetic induction was discovered by: বিদ্যুৎ-চৌম্বক আৱেশৰ পৰিঘটনা আৱিষ্কাৰ কৰিছিল: (a) Oersted / অৰষ্টেড (b) Faraday / ফেৰাডে (c) Ampere / আম্পেৰ (d) Maxwell / মেক্সৱেল Answer: (b) Faraday উত্তৰ: (b) ফেৰাডে


20. The main advantage of AC over DC is that: পৰিৱৰ্তী প্ৰবাহৰ (AC) প্ৰত্যক্ষ প্ৰবাহৰ (DC) তুলনাত মুখ্য সুবিধা হ’ল: (a) AC is safer / পৰিৱৰ্তী প্ৰবাহ অধিক নিৰাপদ (b) AC can be transmitted over long distances with less loss / পৰিৱৰ্তী প্ৰবাহ দীঘলীয়া দূৰত্বলৈ কম ক্ষতিৰে পৰিবহণ কৰিব পাৰি (c) AC is cheaper to produce / পৰিৱৰ্তী প্ৰবাহ উৎপাদনৰ খৰচ কম (d) AC has constant voltage / পৰিৱৰ্তী প্ৰবাহৰ বিভৱ ভেদ স্থিৰ থাকে Answer: (b) AC can be transmitted over long distances with less loss উত্তৰ: (b) পৰিৱৰ্তী প্ৰবাহ দীঘলীয়া দূৰত্বলৈ কম ক্ষতিৰে পৰিবহণ কৰিব পাৰি


MOCK TEST SERIES

Mock Test Series On General Science (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Assam History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Indian History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Geography (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Economy (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Movies & Awards (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here

Latest Posts:

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…

Categories