5. Principles of Inheritance and Variation (বংশগতিৰ তত্ত্ব আৰু প্রকাৰণ)
অতি চুমু প্ৰশ্নোত্তৰ 1. বংশগতি বিদ্যা বা জেনেটিক্স (Genetics) কি? উত্তৰ: জীৱবিজ্ঞানৰ যি শাখাত পিতৃ মাতৃৰ চৰিত্ৰসমূহ কিদৰে সতি- সন্ততিয়ে লাভ কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হয় তাক Genetics বা বংশগতি বিদ্যা বোলে। 2. “Genetics” শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰে? উত্তৰ: বেটিছন (Bateson) এ 1906 চনত। 3. বংশগতি বিদ্যাৰ জনক (Father of Genetics) কোন? উত্তৰ: গ্ৰেগৰ…