12. Biotechnology and its Applications (কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ)
প্ৰশ্নোত্তৰ 1. আনুবংশিকভাৱে ৰূপান্তৰিত শস্য (Genetically Modified Crops) বা GMO কি? উত্তৰ: শস্যৰ উৎপাদন আৰু গুণ (Production and Quality) বৃদ্ধি কৰিবলৈ আনুবংশিক অভিযন্ত্ৰণ প্ৰক্ৰিয়াৰ যোগেদি কিছুমান জিনৰ পৰিৱৰ্তন ঘটাই কিছুমান নতুন গুণ প্ৰদান কৰা হয়। এনেধৰণৰ শস্যক GMO বা আনুবংশিকভাৱে ৰূপান্তৰিত শস্য বোলে। উদাহৰণ – Bt ধান, Bt কটন, Bt চয়াবিন, Bt মাকৈ, Bt…