2. Is Matter Around Us Pure? (আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?)
পাঠভিত্তিক প্ৰশ্নোত্তৰ 1. পদাৰ্থ (Matter) বুলিলে কি বুজায়? উত্তৰ: কোনো দ্ৰৱ বা বস্তুৰ আটাইতকৈ বিশুদ্ধ ৰূপটোৱেই হ’ল পদাৰ্থ। যেনে – নিমখ, চেনি আদি। 2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদসমূহ লিখা। উত্তৰ: (i) সমসত্ব মিশ্ৰণত পদাৰ্থৰ সংযুতি সকলো অংশতে সমান হয়। যেনে – নিমখ আৰু পানীৰ মিশ্ৰণ, চেনি আৰু পানীৰ মিশ্ৰণ। আনহাতে, অসমসত্ব মিশ্ৰণত…