অধ্যায় -1: Chemical Reactions And Equations (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ)

পাঠভিত্তিক প্ৰশ্নোত্তৰ

1. বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয়?

উত্তৰ: মেগনেছিয়াম ৰাসায়নিকভাৱে অতি সক্ৰিয় আৰু বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা আৱৰণ সৃষ্টি কৰে। সেইকাৰণে দহনৰ আগত ফিটাডাল বালিৰে ঘঁহি পৰিষ্কাৰ কৰি লব লাগে।

2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তলিত সমীকৰণ লিখা।

(a) হাইড্ৰ’জেন + ক্ল’ৰিন —> হাইড্ৰ’জেন ক্ল’ৰাইড

(b) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট —> বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

(c) ছ’ডিয়াম + পানী —> ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন

উত্তৰ: (a) lo ()

 

 

 

 


Get HS and HSLC final year question paper in pdf.

X