,

12. Biotechnology and its Applications (কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ)

প্ৰশ্নোত্তৰ

 

1. আনুবংশিকভাৱে ৰূপান্তৰিত শস্য (Genetically Modified Crops) বা GMO কি?

উত্তৰ: শস্যৰ উৎপাদন আৰু গুণ (Production and Quality) বৃদ্ধি কৰিবলৈ আনুবংশিক অভিযন্ত্ৰণ প্ৰক্ৰিয়াৰ যোগেদি কিছুমান জিনৰ পৰিৱৰ্তন ঘটাই কিছুমান নতুন গুণ প্ৰদান কৰা হয়। এনেধৰণৰ শস্যক GMO বা আনুবংশিকভাৱে ৰূপান্তৰিত শস্য বোলে।

উদাহৰণ – Bt ধান, Bt কটন, Bt চয়াবিন, Bt মাকৈ, Bt বিলাহী ইত্যাদি।

2. Bt কপাহ (Bt Cotton) হ’ল আনুবংশিকভাৱে ৰূপান্তৰিত শস্য। ইয়াত Bt মানে কি?

উত্তৰ: Bt মানে হ’ল Bacillus thuringiensis

3. আনুবংশিকভাৱে ৰূপান্তৰিত জীৱ বা GMO ৰ ক্ষেত্ৰত কি কি নতুন গুণৰ সমাহাৰ ঘটে?

উত্তৰ: আনুবংশিকভাৱে ৰূপান্তৰিত উদ্ভিদ বা জীৱৰ দেহত তলত দিয়া নতুন বৈশিষ্ট্যৰ সমাহাৰ ঘটে।

(i) শস্যবিলাকক প্ৰচণ্ড অজৈৱিক চাপ (ঠাণ্ডা, গৰম, লৱণ, খৰাং) ৰ বিৰুদ্ধে বেছি শক্তিশালী কৰি তোলে

(ii) ৰাসায়নিক কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা কমাই দিয়ে

(iii) শস্য চপোৱাৰ পিছত হোৱা ক্ষতি কম কৰে।

(iv) উদ্ভিদে খনিজাত দ্ৰব্য ব্যৱহাৰৰ ক্ষমতা বৃদ্ধি কৰে।

(v) খাদ্যৰ পৰিপুষ্টি মূল্য বৃদ্ধি কৰে।

4.


Get HS and HSLC final year question paper in pdf.

X