4. প্ৰাণীজগৎ (Animal Kingdom)

প্ৰশ্নোত্তৰ

1. প্ৰাণীসমূহৰ সংগঠনৰ বিভিন্ন স্তৰসমূহ (Levels of organisation) কি কি?

উত্তৰ: প্ৰাণীসমূহৰ সংগঠনৰ বিভিন্ন স্তৰসমূহ হল –

(i) কোষ স্তৰীয় (Cellular) সংগঠন: ৰন্ধ্ৰী প্ৰাণী।

(ii)কলাস্তৰীয় ((Tissue level) সংগঠন: একনলদেহী প্ৰাণী।

(iii)অংগস্তৰীয় (Organ level) সংগঠন: বলয়ী, সন্ধিপদী আৰু আন আন উচ্চস্তৰীয় প্ৰাণীৰ ক্ষেত্ৰত।

2. সমমিত (Symmetry) কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ:

 

 

Get HS and HSLC final year question paper in pdf.

X