2. Is Matter Around Us Pure? (আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?)

পাঠভিত্তিক প্ৰশ্নোত্তৰ

 

1. পদাৰ্থ (Matter) বুলিলে কি বুজায়?

উত্তৰ: কোনো দ্ৰৱ বা বস্তুৰ আটাইতকৈ বিশুদ্ধ ৰূপটোৱেই হ’ল পদাৰ্থ। যেনে – নিমখ, চেনি আদি।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদসমূহ লিখা।

উত্তৰ: (i) সমসত্ব মিশ্ৰণত পদাৰ্থৰ সংযুতি সকলো অংশতে সমান হয়। যেনে – নিমখ আৰু পানীৰ মিশ্ৰণ, চেনি আৰু পানীৰ মিশ্ৰণ।

আনহাতে, অসমসত্ব মিশ্ৰণত পদাৰ্থৰ সংযুতি সকলো অংশতে সমান নাথাকে। যেনে – লোৰ গুড়ি আৰু নিমখৰ মিশ্ৰণ।

(ii) সমসত্ব মিশ্ৰণ স্বচ্ছ কিন্তু অসমসত্ব মিশ্ৰণ অস্বচ্ছ।

3. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।

উত্তৰ: সমসত্ব মিশ্ৰণ: যেতিয়া মিশ্ৰণ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয় তেতিয়া তাক সমসত্ব মিশ্ৰণ বোলে। যেনে – বিশুদ্ধ পানী, কপাৰ ছালফেট দ্ৰৱ।

অসমসত্ব মিশ্ৰণ: যেতিয়া মিশ্ৰণ এটাৰ সংযুতি সকলো অংশতে সমান নহয় তেতিয়া তাক অসমসত্ব মিশ্ৰণ বোলে। যেনে – লোৰ গুৰি আৰু চেনিৰ মিশ্ৰণ, বালি আৰু পানীৰ মিশ্ৰণ আদি

4. কলয়ড, দ্রৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদসমূহ কি কি?


Get HS and HSLC final year question paper in pdf.

X