ADRE 3rd Grade (সাধাৰণ বিজ্ঞান)
সাধাৰণ বিজ্ঞান 1. তলৰ কোনটো বিদ্যুতৰ বাবে আটাইতকৈ বেছি পৰিবাহী a. পাতিত পানী b. গৰম পানী c. লেতেৰা পানী d. লৱণ পানী। উত্তৰ: d. লৱণ পানী। 2. তলৰ কোনবিধ ৰশ্মিৰ আটাইতকৈ বেছি ভেদন ক্ষমতা আছে। a. আলফা ৰশ্মি b. X ৰশ্মি c. বিটা ৰশ্মি d. গামা ৰশ্মি। উত্তৰ: d. গামা ৰশ্মি। 3. আমাৰ…