11. Biotechnology : principles and Processes (জীৱ প্ৰযুক্তিবিদ্যা : নীতি আৰু পদ্ধতি)
প্ৰশ্নোত্তৰ 1. জীৱ প্ৰযুক্তিবিদ্যা (Biotechnology) কাক বোলে? উত্তৰ: জীৱবিজ্ঞানৰ তত্ত্বৰ (principles) ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি মানৱ জাতিৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা পদ্ধতিক জীৱ প্ৰযুক্তিবিদ্যা (Biotechnology) বোলে। 2. ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজ (Restriction endonucleas) কি? ইয়াৰ কাম কি? উত্তৰ: ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজ (Restriction endonucleas) হ’ল জিনীয় অভিযন্ত্ৰণত বহুল ভাৱে ব্যৱহাৰ কৰা এবিধ উৎসেচক। ইয়াক DNA ৰ…