1. Diversity in the living world ( জীৱজগতৰ বৈচিত্ৰতা )
চুমু প্ৰশ্নোত্তৰ (১-২ নম্বৰ) 1. জীৱৰ বৈশিষ্ট্যসমূহ কি কি লিখা। উত্তৰ: জীৱৰ বৈশিষ্ট্যসমূহ হ’ল – ১. সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ (growth and development) হয়। ২. জীৱই প্ৰজনন (reproduction) কৰিব পাৰে ৩. সকলো জীৱই কোষেৰে (cell) গঠিত। ৪. জীৱৰ দেহত ৰেচন (excretion), শ্বসন (respiration), পৰিবহণ (transportation), বিপাক (metabolism) আদি জীৱন প্ৰক্ৰিয়াসমূহ অনবৰতে চলি থাকে। 2.…