Category: CLASS 11

  • 9. STRATEGIES FOR ENHANCEMENT IN FOOD PRODUCTION (খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ)

    প্ৰশ্নোত্তৰ (1-3 নম্বৰ)   1. পশুপালন (Animal husbandry) বুলিলে কি বুজা? উত্তৰ: বিভিন্ন ধৰণৰ দ্ৰব্য বা সামগ্ৰীৰ যেনে মাংস, কণী, গাখীৰ, চৰ্ম আদি আহৰণৰ বাবে বাণিজ্যিক ভিত্তিত জীৱ-জন্তু পোহ-পালন কৰাকে পশুপালন বোলে। এই বৃত্তিত ব্যৱহৃত হোৱা পশুবোৰ হ’ল – গৰু, মহ, ছাগলী, ভেড়া, গাহৰি, গাধ আদি। আজিকালি  মৎস্য পালন বা হাঁহ-কুকুৰা পালনকো এই বৃত্তিত সামৰি…

    Read more: 9. STRATEGIES FOR ENHANCEMENT IN FOOD PRODUCTION (খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ)
  • 8. HUMAN HEALTH AND DISEASE (মানুহৰ স্বাস্থ্য আৰু ৰোগ)

    Short questions with answers (চুমু প্ৰশ্নোত্তৰ)   1. স্বাস্থ্য (Health) ৰ সংজ্ঞা দিয়া। উত্তৰ: সুস্থ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থাকে স্বাস্থ্য বোলে। 2. ৰোগ (Disease) ৰ সংজ্ঞা দিয়া। উত্তৰ: দেহ (body) আৰু মনৰ অস্বাভাৱিক অৱস্থাক ৰোগ বোলে। 3. ৰোগোৎপাদক (Pathogen) কাক বোলে? উত্তৰ: মানুহৰ দেহত ৰোগ সৃষ্টিকাৰী কাৰকসমূহক ৰোগোৎপাদক (Pathogen) বোলে। এইবোৰ ভাইৰাছ (virus), বেক্টেৰিয়া…

    Read more: 8. HUMAN HEALTH AND DISEASE (মানুহৰ স্বাস্থ্য আৰু ৰোগ)
  • 1. Diversity in the living world ( জীৱজগতৰ বৈচিত্ৰতা )

    চুমু প্ৰশ্নোত্তৰ (১-২ নম্বৰ) 1. জীৱৰ বৈশিষ্ট্যসমূহ কি কি লিখা। উত্তৰ: জীৱৰ বৈশিষ্ট্যসমূহ হ’ল – ১. সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ (growth and development) হয়। ২. জীৱই প্ৰজনন (reproduction) কৰিব পাৰে ৩. সকলো জীৱই কোষেৰে (cell) গঠিত। ৪. জীৱৰ দেহত ৰেচন (excretion), শ্বসন (respiration), পৰিবহণ (transportation), বিপাক (metabolism) আদি জীৱন প্ৰক্ৰিয়াসমূহ অনবৰতে চলি থাকে। 2.…

    Read more: 1. Diversity in the living world ( জীৱজগতৰ বৈচিত্ৰতা )
  • 7. EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন)

    চুমু প্ৰশ্নোত্তৰ 1. আদিম পৃথিৱীত (Primitive atmosphere) কি কি গেছ আছিল? উত্তৰ: আদিম পৃথিৱীত আজিৰ দৰে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ নাছিল। তাৰ পৰিৱৰ্তে মিথেন (methane), এম’নিয়া (ammonia), হাইড্ৰ’জেন (hydrogen), আৰু জলীয় বাষ্প (water vapour) আদি গেছ আছিল। 2. কোৱাচাৰভেট (coacervate) কি? ইয়াৰ বৈশিষ্ট্য লিখা। উত্তৰ: আদিম পৃথিৱীত থকা মিথেন (methane), এম’নিয়া (ammonia),…

    Read more: 7. EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন)
  • 6. Molecular Basis Of Inheritance (বংশগতিৰ আনৱিক আধাৰ)

    অতি চুমু প্ৰশ্নোত্তৰ (1-2 Marks) 1. নিউক্লিক এচিড (Nucleic acid) কি? উত্তৰ: বংশগতি নিৰ্ণায়ক পদাৰ্থ DNA আৰু RNA ক নিউক্লিক এচিড (Nucleic acid) বোলে। 2. জিন (Gene) কি? উত্তৰ: ডি এন এ (DNA) ৰ কাৰ্যকৰী অংশক জিন বোলে। অথবা, নিৰ্দিষ্ট কোনো বৈশিষ্ট্যৰ বাবে দায়ী DNA ৰ কাৰ্যকৰী অংশক জিন বোলে। 3. DNA ত থকা শৰ্কৰাৰ…

    Read more: 6. Molecular Basis Of Inheritance (বংশগতিৰ আনৱিক আধাৰ)
  • 5. Principles of Inheritance and Variation (বংশগতিৰ তত্ত্ব আৰু প্রকাৰণ)

    অতি চুমু প্ৰশ্নোত্তৰ 1. বংশগতি বিদ্যা বা জেনেটিক্স (Genetics) কি?  উত্তৰ: জীৱবিজ্ঞানৰ যি শাখাত পিতৃ মাতৃৰ চৰিত্ৰসমূহ কিদৰে সতি- সন্ততিয়ে লাভ কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হয় তাক Genetics বা বংশগতি বিদ্যা বোলে। 2. “Genetics” শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰে? উত্তৰ: বেটিছন (Bateson) এ 1906 চনত। 3. বংশগতি বিদ্যাৰ জনক (Father of Genetics) কোন? উত্তৰ: গ্ৰেগৰ…

    Read more: 5. Principles of Inheritance and Variation (বংশগতিৰ তত্ত্ব আৰু প্রকাৰণ)
  • 4. REPRODUCTIVE HEALTH ( জনন স্বাস্থ্য )

    অতি চুমু প্ৰশ্নোত্তৰ 1. ভাৰতত কিমান চনত ৰাষ্ট্ৰীয় জন্ম নিয়ন্ত্ৰণ আঁচনি গ্ৰহণ কৰা হৈছিল? উত্তৰ: 1957 চনত। 2. চহেলী (Saheli) কি? উত্তৰ: চহেলী হল এবিধ গৰ্ভনিৰোধক সামগ্ৰী। Central Drug Research Institute নামৰ গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা হৈছিল। 3. ইণ্ট্ৰা ইউটেৰাইন ডিভাইচবোৰ (Intrauterine device or IUD) কি? উত্তৰ: IUD হ’ল স্ত্ৰী লোকে ব্যৱহাৰ কৰা এবিধ অতি…

    Read more: 4. REPRODUCTIVE HEALTH ( জনন স্বাস্থ্য )

Get HS and HSLC final year question paper in pdf.

X